পদুলিমুখত ৰৈ যাবাহি এপাক
মোৰ কবিতাৰ চন্দ
তোষামোদ যেন লাগিব তোমাৰ ।
মই যে আলসুৱা
মোৰ মৰমবোৰ মিছা যেন লাগিব তোমাৰ ।
মোৰো যে জীয়াই থাকিবলৈ
এখন হৃদয় আছে ,
অহংকাৰৰ পথ মোকলাই
তুমি গুছি যাবা ,
বেকাৰ হৈ পৰিম প্ৰেমৰ চাকৰীত ।।
মোৰ কবিতাৰ চন্দ
তোষামোদ যেন লাগিব তোমাৰ ।
মই যে আলসুৱা
মোৰ মৰমবোৰ মিছা যেন লাগিব তোমাৰ ।
মোৰো যে জীয়াই থাকিবলৈ
এখন হৃদয় আছে ,
অহংকাৰৰ পথ মোকলাই
তুমি গুছি যাবা ,
বেকাৰ হৈ পৰিম প্ৰেমৰ চাকৰীত ।।