Saturday 9 November 2013

আধৰুৱা দিনবোৰ
তোমাৰ সতে কটাম ,
চাকিগছি জ্বলাই লম
উজ্বলিব ৰৈ যোৱা দিনবোৰৰ বাট ।
জিঞাঁ বোৰে উশাহ লব
মোৰ নিশাহৰ তালত ,
নিচুকাম এৰাতিৰ সুগন্ধৰ প্ৰভাত
শেৱালীৰ চোতালত নিয়ৰবোৰে চুমিব তোমাৰ উৰস ।
এৰাতিৰ সুবাস লম
তোমাৰ সতে কটাম
ৰৈ যোৱা প্ৰভাত ।।