বিকাশ...
সাগৰ ভালপোৱাৰ কথাৰে মোৰ মনৰ ভাষা প্ৰকাশ--বিকাশ
Sunday 12 May 2013
খবৰ বোৰ নিয়মীয়াকৈ নাপাওঁ
আকাশখন গৰজি উঠিলে
মনত পৰে তোমাৰ শেষ চিঠিখনৰ কথা ,
লিখিছিলা তুমি আতৰি যোৱাৰ আবেদন
হস্তাক্ষৰ তোমাৰ সবল সিদ্ধান্তৰ ।
খবৰবোৰ নিয়মীয়াকৈ নাপাওঁ
চহৰখন বহুত যান্ত্ৰিক হল ।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment